

সমালোচনা কলা আৰু সাধনা
(আনন্দ বৰমুদৈ অভিনন্দন গ্ৰন্থ)
সম্পাদক: কল্যাণ ভূঞা, প্ৰকল্প ৰঞ্জন ভাগৱতী
২০২৩, পি.ডব্লিউ.এফ., পকাবন্ধা, দাম ৩০০ টকা, ISBN 978-81-975772-1-5
কিতাপখনৰ বিষয়ে
সমালোচক, অনুবাদক আৰু সাহিত্যৰ ইতিহাসকাৰ আনন্দ বৰমুদৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে প্ৰকাশ পোৱা এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম ভাগত বৰমুদৈৰ জীৱন আৰু কৃতিৰ ওপৰত বিভিন্নজনে আলোকপাত কৰিছে। দ্বিতীয় খণ্ডত সাহিত্য আৰু সমালোচনা তত্ত্বৰ বিভিন্ন দিশত প্ৰবন্ধকাৰসকলে আলোকপাত কৰিছে। তৃতীয় খণ্ডত বৰমুদৈৰ সৈতে হোৱা দুটা কথোপকথনৰ লগতে তেওঁৰ সংক্ষিপ্ত জীৱনপঞ্জী সন্নিৱিষ্ট হৈছে।